Dictionary

Dictionary

Anglo-Assamese

Dictionary Generator

Created by Ankur |Trial Version

×

Credits

Anglo-Assamese Dictionary Generator, Version 1.0 beta

Copyright © 2022 by Ankur Dowarah

Published by axomstudy.com

VERSIONS

» v.1.0 - beta version


Thank You

① Font: Banikanta

I am very thankful to the Assam Prakashan Parishad for there font "Banikanta".

পঢ়িব

এই Dictionary বা অভিধানখন প্ৰস্তুত কৰাৰ উদ্দেশ্য হৈছে,

ইণ্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ সংস্থাপন,

নৱ-প্ৰজন্মৰ মাজত অসমীয়া ভাষাৰ প্ৰভাৱ আৰু মজবুত কৰা

এই অভিধানখনত বহুতো ভূল বৰ্তমান সময়ত আছে, যিবোৰ আমি ভবিষ্যত সময়ত শুধৰাম আৰু নতুন শব্দও অন্তৰ্ভূক্ত কৰোৱাম,

আমি আপোনালোককো অনুৰোধ কৰিছো যে যিকোনো শব্দৰ অৰ্থ যদি ইয়াত ভূল দেখে, কমেণ্টৰ জৰিয়তে আমাক জনায় যেন।

NOTICE

এই Dictionary খনৰ যুক্তাক্ষৰ যুক্ত শব্দবোৰ অসমীয়াত লিখা হৈছে যদিও কিছুমান শব্দ বঙালি শব্দলৈ বদলি হৈছে আমি অতি সোনকালেই এয়া ঠিক কৰিবলৈ যত্ন কৰিম।

Created and Designed by Ankur Dowarah, helped by: Surajit keut

"Joi AAI Axom" "জয় আই অসম"
flag-axomstudy-gamusa

Post a Comment

0 Comments